Manuhjoni Main Lyrics by Vreeguu Kashyap is latest Assamese song with music also given by Sarat Mech and Vreeguu. Manuhjoni Main song lyrics are written by Sunit Gogoi.
Manuhjoni Main Song Detail
Singer: Vreeguu Kashyap
Composer: Sarat Mech, Vreeguu
Lyrics by: Sunit Gogoi
Manuhjoni Main Lyrics
নপঢ়িলে নাপাৱ চাকৰি
আইয়ে দিয়ে ঘৰত গালি
হাইস্কুলতেই প্ৰেমত পৰিলো
পিতাইয়ে বুলিলে খালি খালি
কলেজত দিলোগৈ ভৰি
ভাল লাগিল নতুন এজনী
দুদিন পাছতে পলাই গুচি গ’ল
“মাল” কিন্তু আছিলে চেনি
কিনো ক’ম জীৱন কাহিনী
পাই গ’লো আকৌ এজনী
আকৌ এবাৰ মই লাজত পৰিলো
তাই ওলাল Relation t ভনী
ঘৰৰ টকা পানীত পেলাই
হ’লো B.A. ফেইল
খঙত পিতাই বিয়া পতাই
ঘৰত দিলে জেইল
এতিয়া কি হ’ল ক’
মানুহজনীয়েই মেইন – 3
দেহাত চেঙেলীয়া যৌৱন
তোকে আনিবৰে মন
লগৰবোৰে ক’লে
যদি আহে তোলে
উঠাই দিওঁ আজিয়েই ব’ল
গজেনে দি দিলে গাড়ী
প্ৰণবে পাট কাপোৰ যুৰি
পিতাইয়ে মাৰিলে গলহেকাৰি
আহে যদি লৈ আন বুলি
বাকচ খুলি আনি দিলে
আইয়ে সোণৰ চেইন
পিন্ধাই লৈ তোক আঙুঠি
মই খাটি আছো জেইল
এতিয়া কি হ’ল ক’
মানুহজনীয়েই মেইন
Nwngni gwdwi mini naiya
Phagwla khalamw
Nwngni gurwi akhuwa
Gwswkhou bwna lagw
Nagirw ang sna
Nwngni onnaikhou orai
Jadwnwng angni
Oraini jiuni rani
Nwngni akhaiaosw dogo
Angni unni jiua
Nwngjwng nogabla hanainoga
Gwjwnwi thangnan thanw
কেতিয়াবা এনে লাগে মোৰ
বয়সতে বিয়া পাতি ভালেই কৰিলো….
কেতিয়াবা দুখও লাগে মোৰ
পঢ়া কালত কিয় বাৰু পঢ়ি নললো….
ঘৰৰ টকা পানীত পেলাই
হ’লো B.A. ফেইল
খঙত পিতাই বিয়া পতাই
ঘৰত দিলে জেইল
এতিয়া কি হ’ল ক’
মানুহজনীয়েই মেইন – 3


