Home » Assamese Songs » O Akash Lyrics – Zubeen Garg

O Akash Lyrics – Zubeen Garg

O Akash Lyrics by Zubeen Garg and Satabdi Borah is latest Assamese song with music also given by Ankur Saikia. O Akash song lyrics are written by Ikram H. Juwel.

O Akash Lyrics - Zubeen Garg

O Akash Song Detail

Singer: Zubeen Garg, Satabdi Borah
Composer: Ankur Saikia
Lyrics by: Ikram H. Juwel

O Akash Lyrics

 

অ’ আকাশ..
তুমিতো নুশুনা মোৰ গান
অ’ বতাহ..
ক’তেনো হেৰালে মোৰ প্ৰাণ
অ’ আকাশ..
তুমিতো নুশুনা মোৰ গান
অ’ বতাহ..
ক’তেনো হেৰালে মোৰ প্ৰাণ

মোৰ কলিজাৰ তেজ
টোপাল টোপাল
বুকুতে বাৰিষাৰ নৈ
সাগৰ বিশাল
চকুৰ পতাত আজি
ধূসৰ জোনাক
সেমেকা সেমেকা সেই
হেঙুল প্ৰভাত

অ’ আকাশ…
তুমিতো নুশুনা মোৰ গান
অ’ বতাহ…
ক’তেনো হেৰালে মোৰ প্ৰাণ
ক্লান্ত সময়ে ৰৈ চায়
অ’ ক্লান্ত সময়ে ৰৈ চায়

কোন দূৰণিৰ বাঁহি কিনো সুৰ বায়
কোন দূৰণিৰ বাঁহি কিনো সুৰ বায়

মৰহা পাহিৰে
ফুলে কি নুফুলে
সপোনৰ কলি আজি
দিঠগত শুকালে

মৰহা পাহিৰে
ফুলে কি নুফুলে
সপোনৰ কলি আজি
দিঠগত শুকালে

অ’ আকাশ..
তুমিতো নুশুনা মোৰ গান
অ’ বতাহ..
ক’তেনো হেৰালে মোৰ প্ৰাণ
অ’ আকাশ..
ক’তেনো হেৰালে মোৰ গান
অ’ বতাহ..
কতেনো লুকালে মোৰ প্ৰাণ

O Akash Song Video