Suwali Sabi Lyrics by Zubeen and Nekib is latest Assamese song with music also given by Pulak Nath. Suwali Sabi song lyrics are written by Rekibul.
Suwali Sabi Song Detail
Singer: Zubeen, Nekib
Composer: Pulak Nath
Lyrics by: Rekibul
Suwali Sabi Lyrics
ছোৱালী চাবি হায় ঐ
বায় থাকোতে জাকৈ
কোন কোনেনো দেখিবি তই
যদিহে জানে হায় ঐ
মাছ বাচিব কাৱৈ
সেই ছোৱালী লখিমী হয়
আজিকালিৰ ছোৱালী
ধৰিবকে নোৱাৰি
দামী দামী কেমেৰাত
সকলো হয় সুন্দৰী
ডেকা মন পগলা পগলা হয়
চহৰত এজন
আৰু গাঁৱত এজন
বহুজনীৰ ভালপোৱা থাকে বহুজন
ধুনীয়া বুলি
দিলে হিয়া খুলি
অকালতে ভাঙি যাব পাৰে হিয়াখন
ৰান্ধিব যদি নাজানে ভাত
ববও যদি নাজানে তাঁত
নেদেখা হব আশাৰে বাট
লাগে তৰা জোন
হাতে ভৰি সোণ
আকাশতে চাং পতা সিহঁতৰ সপোন
খাবলে নাই লোণ
হাতত দামী ফোন
ধনী ধনী লৰা পালে কৰি লয় আপোন
বগী কলি নাথাকো চাই
গুণৱতী হলে সচাঁই
লৈ আনিম মই বিয়া কৰাই